আছোক্, আছোক্ ছাৰি
āchok, āchok, chāri
অৰ্থ
1.
থাকক ছাৰি; ঘটক ছাৰি; সম্ভব হওক ছাবি; থকাক এৰি; যেনে-"আছোক লঙ্ঘিবে দেবতাৰো লাগে ত্ৰাস"। "লোকক দিয়া আছোক ছাৰি, মোৰে নাই"
far from; instead of
ক্ৰি. বিণ.
2.
হওক; থাকক্; যেনে-"শুনিয়োক লোক সংক্ষেপ আছোক ইটো কথা এহিমানে" (মা. ক. অযোধ্যা-কাণ্ড)
let be or remain
ক্ৰি. বিণ.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ