← ফুৰি যাওক

আছ্

āch

অৰ্থ

1.

থাক্; স্হিতি হ; উপস্হিত থাক্

to exist

অক. ধা.

2.

বাস কৰ্; যেনে-মই ইয়াত দুমাহ আছো

to live

অক. ধা.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

আছ্ · অসমীয়া অভিধান