আচৰ্
ācar
অৰ্থ
1.
নিয়ম ধৰি কাম কৰ্ বা চল; ব্যবহাৰ কৰ্
to behave; to conduct
অক. ধা.
2.
কৰ্ত্তবা-ৰূপে কৰ্; পালন কৰ্; যেনে-"স্বদেশৰ মঙ্গল আচৰিবা"
to do; to observe
সক. ধা.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ
ācar
নিয়ম ধৰি কাম কৰ্ বা চল; ব্যবহাৰ কৰ্
to behave; to conduct
অক. ধা.
কৰ্ত্তবা-ৰূপে কৰ্; পালন কৰ্; যেনে-"স্বদেশৰ মঙ্গল আচৰিবা"
to do; to observe
সক. ধা.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ