কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ড’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ডাব নাৰিকলdab na.ri.kolMaterial Noun
পূৰঠ নোহোৱা নাৰিকল
Young coconut (with still green outside) used specially for its water
- ডাবহীḍābahīNoun
ডবহাৰ স্ত্ৰী।
- ডাবিḍābiNoun
খং কৰি দেখুওবা ভয়; ধমক
throat; menace
- ডাবি-ধমকিda.bi-dhom.kiVerbal Noun
কাৰোবাক উদ্দেশি টান বা বেয়া কথা কোৱা কাৰ্য্য।
the act of scolding someone or saying bad things about.
- ডাবৰḍābaraNoun
হাত-ভৰি ধোবা বা পিক পেলোবা পাত্ৰ; যেনে-"সূবৰ্ণ ডাবৰ তুলি চৰণ ধুবাইল" (দশম)
a kind of vessel or spittoon
- ডাবৰিḍābariNoun
পেৰি ৰস উলিওবা কঁহিয়াৰৰ জাবৰ
the refuse of pressed sugar-cane
- ডাবৰীয়াAdjective
ডাবৰ বা মেঘেৰে ঢকা; বৰষুণ হোবা
rainy; cloudy
- ডামডুমdam.dumCommon Noun
মানুহ বা জন্তুক কামোৰি তেজ খোৱা এবিধ অতি ক্ষুদ্ৰ উৰি ফুৰা পোক৷
a small, wingless bloodsucking insects of the order Siphonaptera.
- ডাম্বেলMaterial Noun
ব্যায়াম কৰা এক আহিলা৷ লো, ইস্পাত আদিৰ দৰে কোনো ধাতুৰ দ্বাৰা গড়িত এই আহিলা এডাল দণ্ডৰ দুই মুৰে দুটা গোলাকাৰ আকৃতি থাকে৷
A exercising equipment with two heavy metal ball linked by a handle or bar
- ডালḍālaNoun
গছৰ ঠাল
a branch; a bough
- ডাল-চোৰḍāla-coraNoun
ডাঙৰ চোৰ
an arch-thief
- ডাল-শলিয়াḍāla-śaliẏāNoun
এবিধ ডাঙৰ নিগনি।
- ডালচেনিḍālaceniNoun
তামোলৰ লগত আৰু দৰব আদিত ব্যবহাৰ কৰা এবিধ গছৰ সোবাদ আৰু জলা ছাল
cinnamon; cinnamomum zeylanicum
- ডালশলিয়াdal.xo.li.yaCommon Noun
নিগনিতকৈ ডাঙৰ, আৰু দীঘল নেজ থকা একে জাতীয় এবিধ স্তন্যপায়ী জন্তু।
any of several long-tailed rodents of the family Muridae, of the genus Rattus and related genera, distinguished from the mouse by being larger.
- ডালিḍāliNoun
সৰু ডাল; ঠালি
a small branch
- ডালি-খৰাহিḍāli-kharāhiNoun
খূৰা-লগোবা খৰাহি
a kind of open bamboo basket with a foot
- ডালিমḍālimaNoun
এবিধ বাৰীত হোবা ফল আৰু তাৰ গছ
the pomegranate tree and its fruit; Punica granatum
- ডালিমাḍālimāNoun
পকা ডালিমৰ গুটিৰ নিচিনা ৰঙা আৰু প্ৰায় ঘূৰণীয়া আকৱতিৰ এবিধ আকৰত পোবা বাখৰ
a kind of precious stone; a ruby
- ডালিয়াḍāliẏāNoun
বটাৰ ওপৰৰ বখলা
the upper part of the betel-but tray
- ডাহিনḍāhinaNoun
সোঁফালে; যেনে-"লক্ষ্মণ ডাহিন বাহু সীতা মোৰ ছায়া" (মা. ক., অযোধ্যাকাণ্ড)।