← ফুৰি যাওক

ডাল

ḍāla

অৰ্থ

1.

গছৰ ঠাল

a branch; a bough

বি.

2.

নিৰ্দ্দিষ্টতাবাচক প্ৰত্যয়, যেনে-"জৰীডাল"; নিন্দা বা তুচ্ছ অৰ্থত, যেনে-এইডাল ঘৰ; সৰু আৰু মৰমৰ বস্ত্ত বুজাবলৈ "-ডালি" ব্যবহাৰ হয়

a definitive suffix; it also conveys a sense of ridicule

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

ডাল · অসমীয়া অভিধান