← ফুৰি যাওক

ডাবৰীয়া

অৰ্থ

1.

ডাবৰ বা মেঘেৰে ঢকা; বৰষুণ হোবা

rainy; cloudy

বিণ.

2.

মেঘেৰে ঢকা বা বৰষুণ হোবা বতৰ

cloudy or rainy weather

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ