ডালি
ḍāli
অৰ্থ
1.
সৰু ডাল; ঠালি
a small branch
বি.
2.
ডলা, পাচি বা খৰাহিত ভৰাই কোনো লোকক ভেঁটা ফল, মূল, শাক আদি
a present of vegetables, fruits etc.
বি.
3.
এডলা, এপাচি বা এখৰাহি শাক, ফুল আদি
a basketful of fruits, vegetables etc.
বি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ