ডাবৰ
ḍābara
অৰ্থ
1.
হাত-ভৰি ধোবা বা পিক পেলোবা পাত্ৰ; যেনে-"সূবৰ্ণ ডাবৰ তুলি চৰণ ধুবাইল" (দশম)
a kind of vessel or spittoon
বি.
2.
মেঘ
cloud
বি.
3.
মেঘ হ; গোমা; মেঘেৰে আকাশ ঢাক্
to be cloudy
অক. ধা.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ