কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ল’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- লাখেৰাজlākherājaAdjective
নিষ্কৰ
revenue-free
- লাখৰ বাখৰla.khor ba.khorProper Adj.
অতিশয় আৰামদায়ক বা আভিজাত্যপূৰ্ণ জীৱনৰ উপযোগী৷
Extremely comfortable or conductive to sumptuous living.
- লাগতিয়ালlāgatiẏālaAdjective
আবশ্যকীয়; দৰ্কাৰী; প্ৰয়োজনীয়; লগা
needful; necessary
- লাগতীয়াlāgatīẏāAdjective
আবশ্যকীয়; দৰ্কাৰী; প্ৰয়োজনীয়; লগা
needful; necessary
- লাগনিlāganiNoun
গুটি-ধৰণ; প্ৰয়োজনীয় হওন, ইত্যাদি।
- লাগনীlāganīNoun
প্ৰথমে জুই লগোবা শুকান খৰি
fuel for kindling fire in the beginning
- লাগীlāgīAdjective
গিৰিয়েকে বেছিকৈ লগ ধৰা বা মৰম কৰা (ঘৈণী)
beloved
- লাচাৰlācāraAdjective
নিৰুপায়
helpless
- লাজকুৰীয়াAdjective
লাজুক; অচিনাকি লোকৰ আগত ওলাবলৈ বা কথা ক'বলৈ সঙ্কোচ কৰা
bashful; shy
- লাজুকlājukaAdjective
লাজ কৰা; লজ্জাশীল; লাজকুৰীয়া
bashful; modest; shy
- লাজুকাla.ju.kaProper Adj.
আত্মবিশ্বাসৰ অভাৱ আৰু মানুহৰ লগত সহজ হব নোৱাৰা
discomfortable or lacking of confidence in association with others
- লাজুৱাla.ju.waProper Adj.
আত্মবিশ্বাসৰ অভাৱ আৰু মানুহৰ লগত সহজ হব নোৱাৰা
discomfortable or lacking of confidence in association with others
- লাঞ্ছিতAdjective
লাজ বা অপমান পোবা; অপমানিত
insulted; put to shame
- লাটlāṭaAdjective
পুৰণি, ফটাছিটা আৰু মলিন (কাপোৰ)
old, worn out and shabby (said of clothes)
- লাটুমlāṭumaAdjective
লাটুমৰ গঢ়ৰ; লাটুমৰ দৰে ঘূৰণীয়া
round like a top
- লাটুমা-লাটুমAdjective
কেইবাটাও লাটুমৰ দৰে হোবা; টেমুনা-টেমুন
formed into many lumps or hard round masses
- লাঠুবাlāṭhubāAdjective
দুষ্ট
wicked
- লাঠুৱাla.thu.waProper Adj.
যি উৎপাত কৰি থাকে৷
badly behaved (used esp. in speaking to or about children)
- লাতৰীlātarīAdjective
"লতৰা" চোবাঁ।
- লাপি-লুপাlāpi-lupāAdjective
সৰু-সুৰা; কম পৰিমাণৰ।