← ফুৰি যাওকলাগনিlāganiঅৰ্থ1.গুটি-ধৰণ; প্ৰয়োজনীয় হওন, ইত্যাদি।বি.সমাৰ্থক শব্দলাগনী · lāganī2.ফলবান (গছ)bearing fruitবিণ.সমাৰ্থক শব্দলাগনী · lāganī3."লগনী" বেগাই জুই লগা অৰ্থাৎ শুকান খৰি।বি.সমাৰ্থক শব্দলাগনী · lāganīলাগনী-খৰি · lāganī-khariউৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ