← ফুৰি যাওক

লাগতিয়াল

lāgatiẏāla

অৰ্থ

1.

আবশ্যকীয়; দৰ্কাৰী; প্ৰয়োজনীয়; লগা

needful; necessary

বিণ.

সমাৰ্থক শব্দ

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

লাগতিয়াল · অসমীয়া অভিধান