লাট
lāṭa
অৰ্থ
1.
পুৰণি, ফটাছিটা আৰু মলিন (কাপোৰ)
old, worn out and shabby (said of clothes)
বিণ.
2.
পাট সূতাৰ জোঁঠা
the coarse part of pāt silk
বি.
3.
দেশ বা প্ৰদেশৰ সৰ্ব্ব-প্ৰধান শাসনকৰ্ত্তা
lord ; a governor
বি.
4.
দফা; বেলেগ বেলেগ কৰা বস্ত্তৰ ভাগ।
বি.
5.
এজন মণ্ডলে কাম চলোবা দেশৰ এক খণ্ড।
বি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ