← ফুৰি যাওক

লাগনী

lāganī

অৰ্থ

1.

প্ৰথমে জুই লগোবা শুকান খৰি

fuel for kindling fire in the beginning

বি.

সমাৰ্থক শব্দ

2.

গুটি-ধৰণ; প্ৰয়োজনীয় হওন, ইত্যাদি।

বি.

সমাৰ্থক শব্দ

3.

ফলবান (গছ)

bearing fruit

বিণ.

সমাৰ্থক শব্দ

4.

"লগনী" বেগাই জুই লগা অৰ্থাৎ শুকান খৰি।

বি.

সমাৰ্থক শব্দ

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ