কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ন’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- নিৰ্দেশnirdeśaNoun
আজ্ঞা; আদেশ; বিধান
command; precept
- নিৰ্দেশকnirdeśakaNoun
নিৰ্দেশ বা দিহা দিওঁতা
director
- নিৰ্দেশক্ৰমnir.dex.kromAbstract Noun
কম্পিউটাৰৰ যন্ত্ৰপাতিক ব্যৱহাৰযোগ্য কৰিবৰ বাবে প্ৰয়োজনীয় নিৰ্দেশৰ সমষ্টি
the programs, routines, and symbolic languages that control the functioning of the hardware and direct its operation.
- নিৰ্দেশনাAbstract Noun
ভৱিষ্যৎ কৰ্মপন্থা সম্পৰ্কে দিয়া দিহা
an indication of a future course of action
- নিৰ্দেশাৱলীAbstract Noun
A series of instructions to carry out a certain complex task.
- নিৰ্দেশিকাnir.de.xi.kaAbstract Noun
যি দিশ দৰ্শায় বা নিৰ্দেশ কৰে
One that directs, indicates, or points
- নিৰ্দেষ্টাnirdeṣṭāNoun
নিৰ্দেশ বা দিহা দিওঁতা
director
- নিৰ্দোষnirdoṣaAdjective
দোষশূন্য; জগৰ-নথকা
free from guilt or fault
- নিৰ্দোষিতাnir.do.xi.taAbstract Noun
জগৰ নোহোৱা বা নিজগৰীয়া অৱস্থা
freedom from sin or moral wrong
- নিৰ্দোষীAdjective
দোষ নকৰা; নিজগৰীয়া; নিৰপৰাধী
innocent
- নিৰ্দ্দেশnirddeśaNoun
আজ্ঞা; আদেশ; বিধান
command; precept
- নিৰ্দ্দেশনাnird.de.xo.naAbstract Noun
কোনো কাম কৰাৰ বাবে দিয়া পৰামৰ্শ।
an advice to carry out a task.
- নিৰ্দ্দোষnirddoṣaAdjective
দোষশূন্য; জগৰ-নথকা
free from guilt or fault
- নিৰ্দ্দোষিতাnir.do.xi.taAbstract Noun
জগৰ নোহোৱা বা নিজগৰীয়া অৱস্থা
freedom from sin or moral wrong
- নিৰ্দ্দোষীAdjective
দোষ নকৰা; নিজগৰীয়া; নিৰপৰাধী
innocent
- নিৰ্দ্দয়তাnird.do.yo.taAbstract Noun
মনুষ্যত্বৰ স্বাভাৱিক চৰিত্ৰৰ অভাৱজনিত অৱস্থা ৷
The act of inflict pain or suffering
- নিৰ্দ্ধাৰকnirddhārakaNoun
মূল্য নিৰূপণ কৰোঁতা
assessor
- নিৰ্দ্ধাৰণnirddhāraṇaNoun
নিৰ্ণয়; স্হিৰ কৰা
determination
- নিৰ্দয়তাnir.do.yo.taAbstract Noun
মনুষ্যত্বৰ স্বাভাৱিক চৰিত্ৰৰ অভাৱজনিত অৱস্থা ৷
The act of inflict pain or suffering
- নিৰ্ধনnirdhanaAdjective
ধনহীন; দুখীয়া; দৰিদ্ৰ
poor