← ফুৰি যাওক

নিৰ্দ্দোষ

nirddoṣa

অৰ্থ

1.

দোষশূন্য; জগৰ-নথকা

free from guilt or fault

বিণ.

সমাৰ্থক শব্দ

2.

দোষৰ অভাব; জগৰ নথকা অবস্হা; নিৰ্দ্দোষিতা

innocence

বি.

সমাৰ্থক শব্দ

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ