← ফুৰি যাওক

নিৰ্দ্ধাৰণ

nirddhāraṇa

অৰ্থ

1.

নিৰ্ণয়; স্হিৰ কৰা

determination

বি.

সমাৰ্থক শব্দ

2.

সিদ্ধান্ত; স্হিৰ কৰা কথা; মীমাংসা; . কৱদ

something resolved or settled; conclusion; decision

বি.

সমাৰ্থক শব্দ

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ