← ফুৰি যাওকনিৰ্দোষnirdoṣaঅৰ্থ1.দোষশূন্য; জগৰ-নথকাfree from guilt or faultবিণ.সমাৰ্থক শব্দনিৰ্দ্দোষ · nirddoṣa2.দোষৰ অভাব; জগৰ নথকা অবস্হা; নিৰ্দ্দোষিতাinnocenceবি.সমাৰ্থক শব্দনিৰ্দ্দোষ · nirddoṣaউৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ