← ফুৰি যাওকনিৰ্দ্দোষীঅৰ্থ1.দোষ নকৰা; নিজগৰীয়া; নিৰপৰাধীinnocentবিণ.সমাৰ্থক শব্দনিৰ্দোষী2.দোষ বা জগৰ নকৰা মানুহan innocent manবি.সমাৰ্থক শব্দনিৰ্দোষীউৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ