← ফুৰি যাওকনিৰ্ধনnirdhanaঅৰ্থ1.ধনহীন; দুখীয়া; দৰিদ্ৰpoorবিণ.সমাৰ্থক শব্দনিৰ্ধনী · nirdhanī2.ধন নথকা মানুহ; দুখীয়া মানুহa poor manবি.সমাৰ্থক শব্দনিৰ্ধনী · nirdhanīউৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ