কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘চ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- চলি থাক্so.li thakVerb-Trans.
বিৰতি নোহোৱাকৈ অটুট ৰাখ
To go on or to keep up without break
- চলি-কৰিcali-kariAdverb
চল-কৰ কৰি; ইফালে সিফালে গৈ; কৰি-মেলি
by having intercourse; by moving about and working
- চল্calIntransitive verb
গতি কৰ্; যা
to go; to pass
- চল্চলাIntransitive verb
পানীত লৰচৰ কৰি চটচটাই আৰু দেখা দি বা জিলিকি ফুৰ
to dash about in water
- চল্চল্ কৰেAdverb
উজ্জ্বল বা বগা কৰি
with white or shining appearance
- চহcahaNoun
খেতি কৰা কাৰ্য্য
cultivation
- চহ কৰাsoh ko.raVerbal Noun
খেতি কৰিবলৈ হাল বাই মাটি যুগুত কৰা কাৰ্য্য ৷
The tilling of the soil for cultivation.
- চহ দেsoh deVerb-Trans.
তোষামোদ কৰি বা ভাল লগা কথা কৈ আকৰ্ষিত কৰ্
to attract or tempt by something flattering or desirable
- চহকী হ্sohoki hoVerb-Intran.
আৰ্থিকভাৱে সবল হ
to become economically strong
- চহলা কৰ্so.ho.la korVerb-Trans.
অসাধুভাৱে কাম কৰা; মিছা ভাও দিয়া।
to act dishonestly; practice fraud.
- চহাcahāTransitive verb
চাহ কৰ্; হাল-কোৰ বা
to till; to cultivate
- চহী কৰ্so.hi korVerb-Intran.
Writing one's name or signature on a document etc. as authorization
- চহী দেso.hi deVerb-Trans.
কোনো নথিপত্ৰৰ শেষত চহী কৰা কাৰ্য্য ৷
To sign (one's name) at the end of a document.
- চহোৱাso.ho`.waVerbal Noun
খেতি কৰিবলৈ হাল বাই মাটি যুগুত কৰা কাৰ্য্য ৷
The tilling of the soil for cultivation.
- চহৰ্caharTransitive verb
চৰহ্।
- চাcāTransitive verb
দেখ্; দৱষ্টি কৰ্
to look at; to see
- চাঁচ্cām̐cTransitive verb
চোকা অস্ত্ৰেৰে কাটি ওপৰৰ ওখোৰা- মোখোৰা ভাগ গুচাই সমান বা মিহি কৰ্; অস্ত্ৰেৰে কাটি নিমজ কৰ্
to scrape and smooth with a cutting weapon
- চাঁত কৰেsa~t ko.reAdverb
আগতীয়া জাননী নোহোৱাকৈ অনাকাংক্ষিত ভাৱে হোৱা
happening unexpectedly without any prior warning
- চাঁত কৰ্Adverb
হঠাৎ; অকস্মাত; অতি শীঘ্ৰে
suddenly
- চাঁহিখাদকVerbal Adj.
চাঁহি, চিকৰা আদি খাব পৰা
capable of feeding on mites