← ফুৰি যাওক

চহা

cahā

অৰ্থ

1.

চাহ কৰ্; হাল-কোৰ বা

to till; to cultivate

সক. ধা.

2.

হাল-কোৰ বাই খোবা; গাঁবত থকা

rustic

বিণ.

3.

হাল-কোৰ বাই খোবা লোক

a rusic

বি.

4.

এঙেৰুবা; চিলিমত বাকী থকা আধা পোৰা ধঁপাতঃ

half burnt tobacco in the chilum

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

চহা · অসমীয়া অভিধান