চল্
cal
অৰ্থ
1.
গতি কৰ্; যা
to go; to pass
অক. ধা.
2.
সম্পন্ন হ; কাৰ্য্য হ বা কৰ্
to be performed; to be followed
অক. ধা.
3.
ব্যবহৱত হ; যেনে-"আজি-কালি ধনৰ সলনি নোট্ চলিছে"
to be used
অক. ধা.
4.
(ভকতীয়া মাত) পৰলোকলৈ যা; মৱত্যু হ
to die
অক. ধা.
5.
বৈ যা; ভেদ হ; যেনে-"পেট চলিছে"
to purge
অক. ধা.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ