কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ভ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ভʼউতকেAdverb
কোনো নিৰ্দ্দিষ্ট ঘটনাৰ পৰা কিছু সময়ৰ ভিতৰতে।
within a short period after a given event.
- ভঁৰলুৱাbho~.ro.lu.waVerbal Adj.
ভঁৰালত সাঁচি থোৱা
kept or deposited in a storehouse
- ভংগ কৰ্bhon.go korVerb-Trans.
কোনো আইন অথবা চুক্তি উলঙ্ঘা কৰ্
to break a law or an agreement
- ভক-দলিয়াbhaka-daliẏāIntransitive verb
(মাছে) পানীৰ ওপৰলৈ আহি সাঁতোৰ্ বা উশাহ ল; শাৰ্
rise to the surface for breathing etc. (said of a fish)
- ভকভকাbhok.bho.kaVerb-Intran.
জুয়ে বা আন তপত বস্তুৱে পোৰাৰ বাবে জ্বলন বা বেদনা অনুভৱ কৰ্
to cause to feel burning sensation
- ভক্তিমন্তAdjective; Adverb
b >ভক্তিভাবে/b>।
- ভক্তিমানAdjective; Adverb
b >ভক্তিভাবে/b>।
- ভক্তিসহbhok.ti.xo.hoAdverb
ভক্তি প্ৰদৰ্শন কৰি
by demonstrating loyalty or devotion
- ভক্তিসহিতbhok.ti.xo.hitAdverb
ভক্তি প্ৰদৰ্শন কৰি
by demonstrating loyalty or devotion
- ভক্ভকাIntransitive verb
চেংচেঙা; পোৰণি ধৰ্
to smart; to feel a burning sensation
- ভক্ভকাbhakbhakāIntransitive verb
উজ্জ্বল হ; জিলিক্; যেনে-"সমাজৰ মাজতে আইদেউ বহিছে, মজিয়া ভকেভকায়" (বিয়ানাম)
to glitter
- ভক্ভক্ কৰে, ভক্ভকিAdverb
অতিশয়ৰূপে জলি বা পোৰণি ধৰি; যেনে-"হৰি অবিহনে হিয়া পোৰে ভকভকি" (দশম)।
- ভক্ভক্ কৰে; ভক্ভকিAdverb
ধক্ ধক্ কৰে; অতিকৈ জিলিকি; যেনে-"মৱতকৰ মুখ কি জ্বলয় ভকভকি" (মা. ক., লঙ্কাকাণ্ড)।
- ভক্ষণbho.khyonVerbal Noun
ভাত পানী বা আন কোনো আহাৰ খোৱা কাৰ্য৷
The act of consuming food.
- ভক্ষ্bhakṣTransitive verb
খা বা ভোজন কৰ্; যেনে-'বায়ু ভক্ষিলন্ত দশ হাজাৰ বৰিষ" (মা. ক., অৰণ্যকাণ্ড)
to eat
- ভগাbhagāAdjective
নষ্ট হোবা; ভাগি-ছিগি যোবা; এডোখৰ এৰোবা বা ছিগা
broken; cracked; ruined
- ভগা হাড়bho.ga harVerbal Noun
শৰীৰৰ কোনো হাড় ভাগি যোৱা বা তাৰ ফলত হোৱা অৱস্থা
the breaking of a bone, cartilage, or the like, or the resulting condition
- ভগাই দেbho.gai deVerb-Trans.
কোনো বস্তু এটাৰ বহুকেইটা অংশ তৈয়াৰ কৰ্
to make various parts from a single unit of things
- ভগিয়াTransitive verb
ভাগ কৰ্; ভগা।
- ভঙাbhaṅāTransitive verb
আনক ভাঙিবলৈ দি; আনৰ হতুবাই ভগ্ন কৰা
to cause to be broken