← ফুৰি যাওক

ভগা

bhagā

অৰ্থ

1.

নষ্ট হোবা; ভাগি-ছিগি যোবা; এডোখৰ এৰোবা বা ছিগা

broken; cracked; ruined

বিণ.

2.

ভাগি অন্ত হোবা; যেনে-"ভগা সবাহ"

dispersed

বিণ.

3.

পদৰ-পৰা চ্যুত হোবা; বিষয় নাইকিয়া হোবা

dismissed; removed

বিণ.

4.

ভাগ কৰ্; বিলা

to divide; to distribute

সক. ধা.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ