← ফুৰি যাওক

ভক্ভক্ কৰে, ভক্ভকি

অৰ্থ

1.

অতিশয়ৰূপে জলি বা পোৰণি ধৰি; যেনে-"হৰি অবিহনে হিয়া পোৰে ভকভকি" (দশম)।

ক্ৰি. বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

ভক্ভক্ কৰে, ভক্ভকি · অসমীয়া অভিধান