← ফুৰি যাওক

ভক্ভক্ কৰে; ভক্ভকি

অৰ্থ

1.

ধক্ ধক্ কৰে; অতিকৈ জিলিকি; যেনে-"মৱতকৰ মুখ কি জ্বলয় ভকভকি" (মা. ক., লঙ্কাকাণ্ড)।

ক্ৰি. বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ