কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘হ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- হোৰাhorāNoun
জ্যোতিষ-শাস্ত্ৰ-সম্বন্ধীয় ৰাশি চক্ৰাদিৰ গণনা
the rising of a zodiacal sign
- হোৱাং হোho`.wang ho`Proper Noun
চীন দেশৰ তৃতীয় দীঘল নদী আৰু পৃথিৱীৰ ষষ্ঠ দীঘল নদী৷
The Yellow River or Huang He is the third-longest river in Asia, following theYangtze River and Yenisei River, and the sixth-longest in the world at the estimated length of 5,464 km (3,395 mi). Originating in the Bayan Har Mountains in Qinghai province of western China, it flows through nine provinces, and it empties into the Bohai Sea near the city of Dongying inShandong province
- হোৱাইট্ হাউছho`.wait ha.usProper Noun
আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ ৱাশ্বিংটন ডিছিত থকা চৰকাৰী বাসভৱন৷
the official residence of the U.S. President in Washington D.C.
- হ্লাদhlādaNoun
আহ্লাদ; আনন্দ; ; বিণ. হ্লাদিত, আনন্দিত; স্ত্ৰী. হ্লাদিনী আনন্দদায়িনী।
joy
- হ্লাদিনীhla.di.niProper Noun
কৃষ্ণৰ এজনী অতি প্ৰিয় গোপীৰ নাম৷
Radha is name of a cowherdess (a gopi) who is Krishna's supreme beloved.
- হ্ৰদhrodMaterial Noun
চাৰিওফালে স্থলভাগে ঘেৰি থকা দ আৰু বহল স্বাভাৱিক জলভাগ
a body of fresh or salt water of considerable size, surrounded by land
- হ্ৰদিনীhro.di.niMaterial Noun
সাগৰ, হ্ৰদ বা অন্য জলাধাৰত গৈ মিলিত হোৱা আৰু সাধাৰণতে গতিপথত বহুতো উপনদীয়ে আহি তাৰ সৈতে মিলিত হোৱা এক বিশাল প্ৰাকৃতিক জলধাৰা।
A large natural stream of water emptying into an ocean, lake, or other body of water and usually fed along its course by converging tributaries.
- হ্ৰস্বকৰণAbstract Noun
কোনো শব্দ বা বাক্যাংশৰ চুটি ৰূপ৷
a short form of a word or phrase.
- হ্ৰস্বনামAbstract Noun
কোনো শব্দ সমষ্টি বিশেষৰ প্ৰতিটো শব্দৰ প্ৰথম আখৰ(আদ্যক্ষৰ) লৈ গঠিত শব্দ|
a word formed from the initial letters of a group of words as in UNO(United Nations Organisation) or AIDS(Acquired Immune Deficiency Syndrome
- হ্ৰস্বোচ্চাৰণAbstract Noun
কথা কওঁতে শব্দ বা বাক্যাংশত এটা বা ততোধিক শব্দ বাদ দিয়া
the omission of one or more sounds in a word or phrase when speaking
- হ্ৰাদpro`d.gho`.xonAbstract Noun
বায়ু বা অন্য মাধ্যমত হোৱা কম্পনে শ্ৰৱণেন্দ্ৰিয়ত জগাই তোলা শিহৰণ বা অনুভূতি
The sensation stimulated in the organs of hearing by vibrations in the air or other medium.
- হ্ৰাসhrāsaNoun
কম বা অলপ হোবা গুণ
shortness
- হ্ৰাসকৰণAbstract Noun
কোনো নিৰ্দ্দিষ্ট সেৱাৰ নিৰ্দ্ধাৰিত সময় হ্ৰাস কৰা
Trim or reduce the amount the time of a service etc., like power cut
- হ্ৰাসাত্মক কোষ বিভাজনhra.xat.mok ko`x bi.bha.jonAbstract Noun
এক প্ৰকাৰৰ কোষ বিভাজন, য’ত এটা কোষকেন্দ্ৰ মাতৃকোষৰ আধা সংখ্যক ক্ৰমজ’ম বিশিষ্ট চাৰিটা অপত্য কোষকেন্দ্ৰলৈ বিভাজিত হয়
a type of cell division in which a nucleus divides into four daughter nuclei, each containing half the chromosome number of the parent nucleus
- হ্ৰীhrīNoun
লাজ; লজ্জা
shame
- হ্ৰুছুhru.suCommon Noun
অৰুণাচল প্ৰদেশৰ পাহাৰীয়া জনজাতি । পূব আৰু পশ্চিম কামেং অঞ্চলত ঘাইকৈ বসতি লক্ষ্য কৰা যায় ।
a hill tribe of Arunachal Pradesh. The Aka, also known as Hrusso, are found in the Thrinzo area in West Kameng and East Kameng of the Indian state of Arunachal Pradesh. Their language belongs to the Tibeto-Burman family.Polygamy is widely practiced in their patrilineal society, and the social factor of cross-cousin marriages are accepted.
- হ্ৰেষীhre.xiCommon Noun
চুটি নোম, দীঘল কেশৰ আৰু নেজ থকা এবিধ খুৰাযুক্ত জন্তু, যাক প্ৰাচীন কালৰে পৰাই ঘৰচীয়া জন্তু হিচাপে উঠি ফুৰিবলৈ আৰু বস্তু-বাহানি কঢ়িয়াবলৈ ব্যৱহাৰ কৰি অহা হৈছে ৷
A large hoofed mammal (Equus caballus) having a short-haired coat, a long mane, and a long tail, domesticated since ancient times and used for riding and for drawing or carrying loads.
- হ্ৰেসhresaNoun
ঘোঁৰাৰ চিঞৰ বা মাত
neigh
- হয়haẏaIndeclinable
সম্মতি বুজোবা মাত; শলগা মাত
yes
- হয় হুজুৰ লোকhoy hu.jur lo`kCommon Noun
সকলো কথাতে মালিক/ ওপৰৱালাক হয় বোলা (সমৰ্থন কৰা)আৰু বিনা প্ৰতিবাদে তেওঁলোকৰ আজ্ঞা পালন কৰা লোক৷
one who says yes to everything and always does everything that he is told to do.