← ফুৰি যাওক

হ্ৰাস

hrāsa

অৰ্থ

1.

কম বা অলপ হোবা গুণ

shortness

বি.

2.

ক্ষয়

decay; diminution

বি.

3.

কম পৰা; যেনে-"জৰ হ্ৰাস হৈছে"

abated; decreased

বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

হ্ৰাস · অসমীয়া অভিধান