হয়
haẏa
অৰ্থ
1.
সম্মতি বুজোবা মাত; শলগা মাত
yes
অব্য.
2.
ঘোঁৰা; অশ্ব
a horse or pony
বি.
3.
-হেঁতেন; সম্ভাবনা বুজোবা শব্দ [পুৰণি অসমীয়াত 'হেঁতেন' অৰ্থত 'হন্তে' আৰু 'হয়' দুয়োটা পদৰ ব্যবহাৰ দেখা যায়; যেনে-"প্ৰাণক তেজিলো হয় তোমাৰ সন্তাপে" (মা. ক.)।]।
অব্য.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ