← ফুৰি যাওক

হোৰা

horā

অৰ্থ

1.

জ্যোতিষ-শাস্ত্ৰ-সম্বন্ধীয় ৰাশি চক্ৰাদিৰ গণনা

the rising of a zodiacal sign

বি.

2.

দুই দণ্ড কাল।

বি.

3.

ৰাশি-পৰিমাণৰ অৰ্দ্ধাংশ।

বি.

4.

পৰ্ব্বতীয়া মানুহে পিঠিত বোজা বৈ নিয়া এবিধ দীঘলীয়া আৰু এমূৰ জোঙা পাচি; কুকি

a conical busket used by hill-people for carrying a burden on the back

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

হোৰা · অসমীয়া অভিধান