কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘হ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- হোবাNoun
act of being; act of being produced
- হোবাhobā
"হ" চোবাঁ।
- হোবাংhobāmNoun
এবিধ ডাঙৰ পৰ্ব্বতীয়া চৰাই
a kind of large hill-bird
- হোমhomaNoun
মন্ত্ৰ উচ্চাৰণ কৰি দেবতাৰ উদ্দেশ্যে জুইত ঘিউ ঢলা কাৰ্য্য
a burnt offering of clarified butter
- হোমজুইho’m.juiMaterial Noun
হোম বা যজ্ঞৰ জুই
fire of holy pyre or 'hom'
- হোমাগ্নিho`.mag.niMaterial Noun
হোম বা যজ্ঞৰ জুই
fire of holy pyre or 'hom'
- হোমানলho`.ma.nolMaterial Noun
হোম বা যজ্ঞৰ জুই
fire of holy pyre or 'hom'
- হোমিঅ`পেথিAbstract Noun
কোনো ৰোগত আক্ৰান্ত লোকৰ শৰীৰত অতি কম পৰিমাণে সেই ৰোগৰ বীজানু সুমুৱাই ৰোগ নিৰাময় কৰা এবিধ চিকিৎসা পদ্ধতি৷
a system of treating disease by using on the patient a very small amount of the substance that causes the disease.
- হোমিওপেথিhomiopethiNoun
হেনিমেন নামে এজন চাহাবে উলিওবা চিকিৎসা-প্ৰণালী।
homeopathy
- হোমোৰ-কামোৰhomora-kāmoraNoun
বৰ আগ্ৰহেৰে কৰা কাৰ্য্য; আঁচোৰ-কামোৰ
the act of applying oneself to anything eagerly
- হোলাholāNoun
দুই কাষে অলপ গড়া থকা দীঘলীয়া দ মাটি
a shallow ravine; a hollow land where water lodges during the rainy season
- হোলা-হুলিNoun
বহুত হোলা থকা ঠাই; খলা-বমা মাটি
undulating land
- হোলীholīNoun
দৌলোৎসব; ফাকুবা।
- হোলোংholomNoun
এবিধ বহল, দীঘলীয়া পাতেৰে বেছি ডাল নথকা, পোলোঙা, বৰ ওখ-ডাঙৰ গছ
a kind of forest tree; Dipterocarpus bondii
- হোলোং-নাওholom-nāoNoun
একেজোপা গছৰে খুলি কৰা ডাঙৰ দীঘল নাও
a large-sized dug-out (boat)
- হোলোঙাholoṅāNoun
কঠীয়া কঢ়িওবা দুই-মূৰ, জোঙা গোটা, পোন, বাঁহৰ কান-মাৰি
a bamboo pole with pointed ends for carrying bundles of rice seedlings on the shoulder
- হোলোঙা-গোমholoṅā-gomaNoun
এবিধ ডাঙৰ বিষ থকা সাপ
a kind of venomous snake
- হোলোঙা-মাৰিholoṅā-māriNoun
কঠীয়া কঢ়িওবা দুই-মূৰ, জোঙা গোটা, পোন, বাঁহৰ কান-মাৰি
a bamboo pole with pointed ends for carrying bundles of rice seedlings on the shoulder
- হোষ্টেলho’s.telMaterial Noun
কোনো শিক্ষানুষ্ঠানত <u>ছাত্ৰ</u> সমূহীয়াকৈ থকা ঘৰ
a building with simple accommodation, especially for <u>male student</u> in education institution.
- হোৰhoraNoun
হানি পূৰ্ণ কৰা কাৰ্য্য; ক্ষতি-পূৰণ
the act of making up for a loss