← ফুৰি যাওক

হোলোঙা-মাৰি

holoṅā-māri

অৰ্থ

1.

কঠীয়া কঢ়িওবা দুই-মূৰ, জোঙা গোটা, পোন, বাঁহৰ কান-মাৰি

a bamboo pole with pointed ends for carrying bundles of rice seedlings on the shoulder

বি.

সমাৰ্থক শব্দ

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

হোলোঙা-মাৰি · অসমীয়া অভিধান