← ফুৰি যাওক

হোলা

holā

অৰ্থ

1.

দুই কাষে অলপ গড়া থকা দীঘলীয়া দ মাটি

a shallow ravine; a hollow land where water lodges during the rainy season

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

হোলা · অসমীয়া অভিধান