হোলোং
holom
অৰ্থ
1.
এবিধ বহল, দীঘলীয়া পাতেৰে বেছি ডাল নথকা, পোলোঙা, বৰ ওখ-ডাঙৰ গছ
a kind of forest tree; Dipterocarpus bondii
বি.
2.
বৰ দীঘল-ডাঙৰ; আহোম ৰাজপ্ৰাসাদ; যেনে -"হোলোং ঘৰ" (টুপ নথকা); "হোলোং পেট"।
বিণ.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ