কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ভ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ভেণ্টিbheṇṭiNoun
এবিধ ফুল; যেনে-"গুটিমালি ভেণ্টিঃ ৰঙণ ৰেবতী; মৰুবা মধাই ধুস্ত্তৰ" (কীৰ্ত্তন)।
- ভেণ্টিলেটৰbhen.ti.le.torProper Noun
হাঁওফাঁও বিকল হোৱা ৰোগীক কৃত্ৰিমভাৱে শ্বাস-প্ৰশ্বাস দি জীয়াই ৰাখিবলৈ ব্যৱহৃত যন্ত্ৰ ৷
A machine that helps a patient to breathe. Patients are usually placed on a ventilator because of a medical problem that makes it hard for them to breathe well on their own. While on the ventilator, the body is able to rest so that it can heal. The ventilator can help with breathing or totally breathe for the patient.
- ভেণ্টিলেশ্ব’নven.ti.le.sonMaterial Noun
বতাহ চলাচলৰ কাৰণে খিৰিকী বা দুৱাৰৰ ওপৰত দিয়া, কাঠৰ ফ্ৰেমত বেকাকৈ গ্লাছ লগাই থোৱা এখন সৰু খিৰিকী ৷
a small window near the ceiling of a house for air circulation.
- ভেণ্ডীbheṇḍīNoun
এবিধ পাচলি।
- ভেণ্ডৰুবাbheṇḍarubāNoun
ভাণ্ডাৰী।
- ভেদbhedaNoun
প্ৰভেদ
difference
- ভেদতত্বbhed.to.twoAbstract Noun
A mathematical concept that deals with an instance of change or the rate or magnitude of change
- ভেদভাৱbhed.bhabAbstract Noun
ব্যক্তিগত মেধাৰ বাহিৰে আন কথাৰ ওপৰত ভিত্তি কৰা সৌজন্য
favor on a basis other than individual merit
- ভেদভেদীbhed.bhediCommon Noun
এবিধ বহল মুখৰ কাৱৈ জাতীয় মাছ ৷
A big mouth fish like a Climbing fish .
- ভেদাইলতাbhedāilatāNoun
অলপ বহল আৰু দীঘলীয়া পাতেৰে বনৰীয়া দুৰ্গন্ধ লতা [তিৰোতাৰ গা ব'লে খুন্দি কেঁচাই ৰস খুবায়; পেট চলিলে তাৰ ৰস শুদাই বা সৰু মাছ দি আঞ্জা খায়।]
a kind of medicinal creeper; Echites fructescens
- ভেদাভেদbhedābhedaNoun
পাৰ্থক্য বা ঐক্য
agreement or difference
- ভেদাভেদবাদbhedābhedabādaNoun
নিস্বাৰ্কাচাৰ্য-প্ৰতিপাদিত বৈষ্ণব-দৰ্শন [এই দাৰ্শনিক মতবাদমতে অবস্হাভেদে জীব ব্ৰহ্মৰপৰা ভিন্ন আৰু অবস্হাভেদে অভিন্ন।]
a school of Vaisnava philosophy of the medieval period
- ভেদালীbhedālīNoun
ভেদাই-লতা।
- ভেদেলতাCommon Noun
এবিধ গোন্ধ থকা লতা৷ ইয়াৰ বহুটো ঔষধি গুণ আছে৷
A woody vine that has a strong pungent smell. In Assam it is used as a medicinal plant against common intestinal disorders.
- ভেদ্ভেদীbhedbhedīNoun
খালৈভাঙী মাছ।
- ভেনMaterial Noun
মানুহ বা বয় বস্তু নিবলৈ ব্যৱহাৰ কৰা এক প্ৰকাৰৰ সৰু,/মজলীয়া গাড়ী৷ মানুহ নিয়াত ব্যৱহাৰ কৰিলে ইয়াৰ পিছ ফালটোত খিৰিকী থাকে, বয় বস্তুৰ বাবে নাথাকে৷
a covered vehicle, with or without side windows at the back side, that can carry goods and/or passengers.
- ভেন চিত্ৰbhen sit.roProper Noun
সংহতি তত্বৰ কিছুমান ধাৰণা বুজাবলৈ আয়ত আৰু বৃত্ত চিত্ৰ দ্বাৰা বুজুৱা চিত্ৰ৷
a diagram representing mathematical or logical sets pictorially as circles or closed curves within an enclosing rectangle (the universal set), common elements of the sets being represented by intersections of the circles.
- ভেনচুৰি ধৌতকMaterial Noun
ভেনচুৰি ধৌতক
ভেনচুৰি ধৌতক
- ভেনা-মাখি, ভেনভেনী মাখিbhenā-mākhi, bhenabhenī, mākhiNoun
'পেনপেনী মাখি' চোবাঁ।
- ভেনামাখিbhe.na.ma.khiCommon Noun
সাধাৰণতে অতি লেতেৰা ঠাইত পৰি থকা এবিধ ডাঙৰ মাখি৷
a large house fly having shiny metallic coloring, often with blue, green, or black bodies. Antennae are 3-segmented, aristate.