← ফুৰি যাওক

ভেণ্টি

bheṇṭi

অৰ্থ

1.

এবিধ ফুল; যেনে-"গুটিমালি ভেণ্টিঃ ৰঙণ ৰেবতী; মৰুবা মধাই ধুস্ত্তৰ" (কীৰ্ত্তন)।

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

ভেণ্টি · অসমীয়া অভিধান