ভেদ
bheda
অৰ্থ
1.
প্ৰভেদ
difference
বি.
2.
পেট চলা ৰোগ
looseness of the bowels
বি.
3.
ৰহস্য; সম্ভেদ; ভিতৰুবা কথা
inner truth or secret
বি.
4.
প্ৰকাশ; ফুটি ওলোবা; আবিৰ্ভাব; যেনে-"দিনমানে মোহৰ যৌবন ভৈল ভেদ" (মা. ক., অৰণ্যকাণ্ড)
বি.
5.
ফালি-ছিৰি কৰা ধ্বংস; নাশ; যেনে-"কৰি অবিচ্ছেদ দৈত্য কৰি ভেদ" (গুণমালা)।
বি.
6.
অন্তৰলৈ সোমা; ভিতৰলৈ প্ৰবেশ কৰ্
to penetrate inwardly
অক. ধা.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ