ভেণ্টিলেশ্ব’ন
ven.ti.le.son
অৰ্থ
1.
বতাহ চলাচলৰ কাৰণে খিৰিকী বা দুৱাৰৰ ওপৰত দিয়া, কাঠৰ ফ্ৰেমত বেকাকৈ গ্লাছ লগাই থোৱা এখন সৰু খিৰিকী ৷
a small window near the ceiling of a house for air circulation.
বস্তুবাচক বিশেষ্য
সমাৰ্থক শব্দ
উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ