← ফুৰি যাওক

ভেণ্টিলেটৰ

bhen.ti.le.tor

অৰ্থ

1.

হাঁওফাঁও বিকল হোৱা ৰোগীক কৃত্ৰিমভাৱে শ্বাস-প্ৰশ্বাস দি জীয়াই ৰাখিবলৈ ব্যৱহৃত যন্ত্ৰ ৷

A machine that helps a patient to breathe. Patients are usually placed on a ventilator because of a medical problem that makes it hard for them to breathe well on their own. While on the ventilator, the body is able to rest so that it can heal. The ventilator can help with breathing or totally breathe for the patient.

সংজ্ঞাবাচক বিশেষ্য

2.

বতাহ চলাচলৰ কাৰণে খিৰিকী বা দুৱাৰৰ ওপৰত দিয়া, কাঠৰ ফ্ৰেমত বেকাকৈ গ্লাছ লগাই থোৱা এখন সৰু খিৰিকী ৷

a small window near the ceiling of a house for air circulation.

বস্তুবাচক বিশেষ্য

সমাৰ্থক শব্দ

3.

পৰিষ্কাৰ বতাহ চলাচল কৰিবৰ বাবে ৰখা কোনো আহিলা বা খিৰিকী

a device or apparatus for circulating fresh air

বস্তুবাচক বিশেষ্য

সমাৰ্থক শব্দ

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ