কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘অ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- অংশুবাণong.xu.banProper Noun
আমাৰ সৌৰজগতৰ মূল আধাৰ, আৰু তাপ আৰু পোহৰৰ উত্স ৰূপে পৃথিৱীত জীৱন বৰ্ত্তাই ৰখা এক নক্ষত্ৰ
A star that is the basis of our solar system and that sustains life on Earth, being the source of heat and light.
- অংশুমালাNoun
কিৰণমালা; ৰশ্মিজাল
series or galaxy of rays
- অংশ্যমানong.syo.manAbstract Noun
কোনো সম্পত্তি ভগাই দিয়া কাৰ্য্য; সাধাৰণতে পৈতৃক সম্পত্তি আদি ভগাই দিয়া বুজায় ।
Divide into parts, pieces, or sections; basically used for partition of inheritance
- অংসকূটong.xo.kutMaterial Noun
a large round raised part in body generally on a animal's or person's back
- অংহ্ৰিপong.hripCommon Noun
এটা সুস্পষ্ট গুৰি আৰু এটা মূল গা-গছেৰে সৈতে বহুবাৰ ফল-ফুল ধাৰণ কৰা কাঠ গছ।
A perennial woody plant having a main trunk and usually a distinct crown.
- অআকখo.a.ko.khoAbstract Noun
অ ফলা আৰু ক ফলাৰ সমগ্ৰ আখৰ/বৰ্ণ সমূহ, বিশেষকৈ শিশু বা ন শিকাৰুৱে শিকিবলৈ লোৱা ক্ৰম অনুসৰি৷
all the letters of the alphabet, especially the way they are learnt by children or beginner.
- অইডিয়ামNoun
অইডিয়াম
অইডিয়াম
- অইনainaPronoun
ন; অপৰ
another
- অইলo.ilProper Noun
খাৰুৱা তেল আহৰণ আৰু বিপণনৰ দায়িত্বত থকা এটা চৰকাৰী খণ্ডৰ নৱৰত্ন কোম্পানী৷ তেওঁলোকৰ অধিকাংশ তৈলক্ষেত্ৰ উজনি অসমত৷
a government sector Navaratna company dedicated to exploring and marketing petroleum products with major operations in upper Assam.
- অইল ইণ্ডিয়াoil in.di.yaProper Noun
খাৰুৱা তেল আহৰণ আৰু বিপণনৰ দায়িত্বত থকা এটা চৰকাৰী খণ্ডৰ নৱৰত্ন কোম্পানী৷ তেওঁলোকৰ অধিকাংশ তৈলক্ষেত্ৰ উজনি অসমত৷
a government sector Navaratna company dedicated to exploring and marketing petroleum products with major operations in upper Assam.
- অইল ক্লথoil.klothMaterial Noun
পানী সৰকিব নোৱাৰা কাপোৰ।
cotton fabric treated with oil to make it waterproff.
- অইলাৰ অভীলক্ষণAbstract Noun
<<DETAILS REQUIRED>>
- অকটা গোন্ধo.ko.ta go`ndhAbstract Noun
খুব উৎকট আৰু বেয়া গন্ধ ৷
A distinctive odour that is offensively unpleasant.
- অকণakaṇaNoun; Adjective
এক কণ; এক অণু; অকণমান; নাওমান; এক তিল; এখুদ
one grain; a small particle; a very small portion
- অকণিakaṇiNoun; Adjective
এক কণ; এক অণু; অকণমান; নাওমান; এক তিল; এখুদ
one grain; a small particle; a very small portion
- অকণ্ঠ্যাo.kon.thyaCommon Noun
এবিধ লতা জাতীয় ডাঙৰ ডাঙৰ পাতযুক্ত বিজলুৱা শাক৷ ই দুবিধ, এবিধ ৰঙা আৰু আন বিধ সেউজীয়া ৷
The Malabar Spinach is a common vagetable in tropical Africa and southeast Asia, where it originated. Only the young leaves are eaten. To prepare, boil and discard water. Young leaves can be added to a green salad.
- অকথনakathanaNoun
নোকোবা; অকথনীয় বিণ. কথাৰে বা ভাষাৰে প্ৰকাশ কৰাৰ অযোগ্য
unspeakable; not fit to be spoken
- অকথাakathāNoun
বেয়া কথা বা বিষয়; নিন্দনীয় কথা
anything too bad to be heard; evil or unpalatable words
- অকনিCommon Noun
মেল’ফেগা বা এন’প্লুৰা বৰ্গৰ অন্তৰ্গত, পাখি নথকা, কামুৰিব বা তেজ শুহিব পৰা সৰু, চেপেটা দেহৰ এবিধ পতঙ্গ, যাৰ কিছুমানে বিভিন্ন জন্তু আৰু মানুহৰ দেহত পৰজীৱি হিচাপে বাস কৰে৷
small, flat-bodied, wingless biting or sucking insects of the orders Mallophaga or Anoplura, many of which are external parasites on various animals, including humans.
- অকনিষ্ঠo.ko.nis.thoCommon Noun
বিষ্ণুৰ নৱম অৱতাৰ বুলি খ্যাত, সূৰ্যবংশী ৰজা শুদ্ধোদন আৰু মায়াদেৱীৰ পুতেক৷ এওঁ উদাসীন হৈ বৌদ্ধ ধৰ্ম সৃষ্টি কৰে৷
Gautama Buddha in Hinduism is viewed as an nine incarnation of Vishnu. In the Puranic text Bhagavata Purana, Hi is son of King Suddhodana and Mayadevi. He is a founder of Buddhism.