← ফুৰি যাওক

অকথা

akathā

অৰ্থ

1.

বেয়া কথা বা বিষয়; নিন্দনীয় কথা

anything too bad to be heard; evil or unpalatable words

বি.

2.

অপ্ৰয়োজন; অলাগতিয়াল বিষয়

unimportant word or matter

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ