← ফুৰি যাওক

অকণ

akaṇa

অৰ্থ

1.

এক কণ; এক অণু; অকণমান; নাওমান; এক তিল; এখুদ

one grain; a small particle; a very small portion

বি. বিণ.

সমাৰ্থক শব্দ

2.

সৰু ল'ৰা-ছোবালীক মতা মৰমৰ মাত।

বি. বিণ.

সমাৰ্থক শব্দ

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ