অআকখ
o.a.ko.kho
অৰ্থ
1.
অ ফলা আৰু ক ফলাৰ সমগ্ৰ আখৰ/বৰ্ণ সমূহ, বিশেষকৈ শিশু বা ন শিকাৰুৱে শিকিবলৈ লোৱা ক্ৰম অনুসৰি৷
all the letters of the alphabet, especially the way they are learnt by children or beginner.
গুণবাচক বিশেষ্য
2.
কোনো বিষয়ৰ তেনেই প্ৰাথমিক জ্ঞান, কিবা জনাৰ আৰম্ভনি৷
the minimum basics of a subject or something e.g. He does not know the ABC of ...
গুণবাচক বিশেষ্য
উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ