কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
- অংগাৰong.garMaterial Noun
কাঠ বা তেনে জৈৱিক পদাৰ্থ জ্বলাই সৃষ্টি কৰা ক’লা বৰণীয়া দ্ৰব্য৷
the carbonaceous material obtained by heating wood or other organic substances in the absence of air
- অংগাৰাম্লong.ga.ram.loMaterial Noun
কাৰ্বন-ডাই-অক্সাইদ পানীত মিহলি হ’লে উৎপাদন হোৱা এবিধ অম্ল
H2CO3, normally formed when carbon dioxide dissolves in water
- অংগাৰীকৰণAbstract Noun
The conversion of organic matters like plants and animal dead remains into carbon through destructive distillation.
- অংগি-ভংগিong.gi-bhong.giAbstract Noun
কোনো কথা বুজাবৰ নিমিত্তে অংগ লৰোৱাৰ ভাও, হাতৰ, মুখৰ বা চকুৰ ঠাৰ ।
a movement of part of body to express an idea or meaning.
- অংগিকাCommon Noun
এটা কোষৰ একোটা বিশেষ অংশ, যি কোনো নিৰ্দ্দিষ্ট কাৰ্য্য সম্পন্ন কৰে
a specialized part of a cell having some specific function
- অংগিৰাong.gi.raProper Noun
সপ্তৰ্ষি মণ্ডলৰ তৃতীয় নক্ষত্ৰ
the third star of Big Dipper
- অংগীকাৰong.gi.karAbstract Noun
কোনো কাম কৰিবলৈ (অথবা নকৰিবলৈ)কঠোৰ সিদ্ধান্ত লোৱা কাৰ্য্য|
A verbal commitment by one person to another agreeing to do (or not to do) something in the future.
- অংগুষ্ঠong.gus.thoProper Noun
হাত বা ভৰিৰ চুটি, শকত আৰু ঘাই আঙুলি ।
The short,thick finger of human hand next to the forefinger.
- অংগুস্তানong.gus.tanMaterial Noun
কাপোৰ চিলাওঁতে আঙুলিৰ মুৰত পিন্ধা ধাতুৰ আৱৰন ।
A small metal cap to protect the finger while sewing.
- অংগুৰিong.gu.riMaterial Noun
আঙুলিত পিন্ধা এক বৃত্তাকাৰ অলঙ্কাৰ
a circular orgament worn on the finger
- অংগুৰিয়ong.gu.ri.yoMaterial Noun
আঙুলিত পিন্ধা এক বৃত্তাকাৰ অলঙ্কাৰ
a circular orgament worn on the finger
- অংগৰাগong.go.ragAbstract Noun
facial cosmetics, as eye shadow or lipstick
- অংগৰুহong.go.ruhMaterial Noun
মানুহ বা আন জন্তুৰ গাত গজা চুটি চুলি
short hair of the body (other than the head)
- অংগৰোমong.go.ro`mMaterial Noun
মানুহ বা আন জন্তুৰ গাত গজা চুটি চুলি
short hair of the body (other than the head)
- অংশaṃśaNoun
খণ্ড, ভাগ; ডোখৰ; পৰিমাণ
a part; a share; extent; amount
- অংশকNoun
অংশক
অংশক
- অংশকালaṃśakālaNoun
সময়ৰ ভাগ
part time
- অংশগ্ৰহণong.xo.gro.honVerbal Noun
ভাগ লোৱা বা অংশ গ্ৰহণ কৰা কাৰ্য্য৷
The act of participating or taking part.
- অংশগ্ৰহণকাৰীong.xo.gro.hon.ka.riCommon Noun
কোনো সভাত উপস্থিত থকা আৰু আলোচনাত ভাগ লোৱা ব্যক্তি৷
a person participating in a meeting
- অংশতৃণ্ডNoun
অংশতৃণ্ড
অংশতৃণ্ড