← ফুৰি যাওক

অংশগ্ৰহণকাৰী

ong.xo.gro.hon.ka.ri

অৰ্থ

1.

কোনো সভাত উপস্থিত থকা আৰু আলোচনাত ভাগ লোৱা ব্যক্তি৷

a person participating in a meeting

জাতিবাচক বিশেষ্য

সমাৰ্থক শব্দ

2.

কোনো আলোচনা বা অনুষ্ঠানত অংশ গ্ৰহণ কৰা ব্যক্তি

a person participating in a discussion or a program

জাতিবাচক বিশেষ্য

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ