← ফুৰি যাওক

অংশ

aṃśa

অৰ্থ

1.

খণ্ড, ভাগ; ডোখৰ; পৰিমাণ

a part; a share; extent; amount

বি.

2.

ঔৰস, তেজ, শক্তি, বিভূতি; স্বৰূপ; যেনে- "বিষ্ণু-অংশে ৰাম অবতীৰ্ণ পৱথিবীত।" (সী. কা.)।

power; form; embodiment etc

বি.

3.

এক সমকোণৰ ¹⁄₆₀ ভাগ, ডিগ্ৰি

a degree

বি.

4.

পৱথিবীৰ পৰিধিৰ ¹⁄₃₆₀ ভাগ

বি.

5.

ৰাশিচক্ৰৰ ¹⁄₃₀ ভাগ

বি.

6.

শৰীৰ বা যন্ত্ৰৰ অঙ্গ

a part of a machine; a limb

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ