কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ক’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- কণ্ঠস্থkon.thos.thoProper Adj.
যিটো মনত ৰখা হৈছে
sth commited to memory
- কণ্ঠাগতkaṇṭhāgataAdjective
প্ৰাণ-বায়ু ওলাই যাবলৈ ডিঙিলৈ অহা; গতিকে মৰিব লগা হোবা; যেনে-"কণ্ঠাগত প্ৰাণ মোৰ প্ৰমাণক পাইল" (মা. ক., অযোধ্যাকাণ্ড)
come up to the throat, as life-breath for exit; about to die
- কণ্ঠীয়kon.thi.yoProper Adj.
ডিঙি সম্বন্ধীয়
Having to do with the throat
- কণ্ঠোগতkaṇṭhogataAdjective
কণ্ঠস্হ; মুখস্হ হোবা।
- কণ্ঠ্যkaṇṭhyaAdjective
কণ্ঠৰপৰা উচ্চাৰিত; ; কণ্ঠসম্বন্ধীয়
guttural ; belonging to the throat
- কতkataAdverb
কিমানকৈ; কি পৰিমাণে
how much; to what extent
- কত প্ৰকাৰko.to pro.karProper Adj.
বহু প্ৰকাৰৰ গুণ-বিশিষ্ট
having differing characteristics
- কত ৰকমko.to ro.komProper Adj.
বহু প্ৰকাৰৰ গুণ-বিশিষ্ট
having differing characteristics
- কতবাkatabāAdjective
অনিশ্চিত বহু; যেনে-"বিয়ালৈ কতবা মানুহ আহে বা কতবা দিন আছে, ক'ব নোবাৰোঁ
how many or how much
- কতিপায়Proper Adj.
সকলো নহয়, অনিৰ্দিষ্ট সংখ্যক
not all, being an undetermined or unspecified one
- কতিপয়katipaẏaAdjective
অলপমান; কিছুমান; কিছু
some; few
- কতিফাতাProper Adj.
শৰীৰ ছাল পুৰি নিয়া অতি তপত বা গৰম৷ ৰ’দৰ ক্ষেত্ৰত ব্যৱহাৰ হয়৷
very hot ( said as sunshine).
- কতিমূৰেProper Adj.
যিকোনো কাৰ্য্যৰ ফলশ্ৰুতি সম্পৰ্কে একেবাৰে চিন্তা নকৰা; সাৱধান বা সতৰ্ক নোহোৱা
utterly unconcerned about the consequences of some action; without caution; careless
- কতিয়া-কতিkatiẏā-katiAdjective
এটাৰ ফাললৈ আনটো কাতি হোবা বা হলা,
inclining towards one another
- কতীয়াkatīẏāAdjective
কাতি মাহত উৎপন্ন হোবা
produced in the month of Kārtika
- কতোkatoAdjective
বিবিধ; কত কি; হৰেক ৰকমৰ।
- কতোহোkatohoAdjective
বিবিধ; কত কি; হৰেক ৰকমৰ।
- কথকিko.tho.kiProper Adj.
প্ৰয়োজনতকৈ অধিক কথা কোৱা ।
Full of trivial conversation, talking too much.
- কথকীAdjective
বৰ বেছিকৈ কথা কোবা
talkative
- কথঞ্চিতko.thon.sitProper Adj.
তেনেই কম পৰিমাণৰ; নিচেই কম৷
in very small quantity