← ফুৰি যাওক

কত

kata

অৰ্থ

1.

কিমানকৈ; কি পৰিমাণে

how much; to what extent

ক্ৰি. বিণ.

2.

অনিশ্চিত বহু; কিমান।

বিণ.

3.

(পু. অ.); কোনো কোনো; যেনে-"কতো ঘৰে অতি উৎসব কৰি। কৰান্ত পুত্ৰৰ বিবাহ হৰি" (কীৰ্ত্তন)

some (uncertain)

ক্ৰি. বিণ.

4.

কিমান লোক বা বস্ত্ত; অনিশ্চিত বহু লোক বা বস্ত্ত

many; how many

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ