← ফুৰি যাওক

কতীয়া

katīẏā

অৰ্থ

1.

কাতি মাহত উৎপন্ন হোবা

produced in the month of Kārtika

বিণ.

2.

এফালে চাপৰ এফালে ওখ হোবা; আওঢলীয়া; হেলনীয়া

inclining; slanting

বিণ.

3.

থিয় বা পোন নোহোবা; বেঁকা; কাতি হোবা

oblique; bending towards one side

বিণ.

4.

এচুকৰপৰা আন চুকলৈ যোবা

diagonal; not parallel

বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

কতীয়া · অসমীয়া অভিধান