← ফুৰি যাওক

কথকী

অৰ্থ

1.

বৰ বেছিকৈ কথা কোবা

talkative

বিণ.

2.

কথা কোবাত পটু

eloquent or fluent in speaking

বিণ.

3.

বেছিকৈ কথা কোবা মানুহ

a talkative man

বি.

4.

ভালকৈ কথা ক'ব পৰা লোপ; ভালকৈ বক্তৱতা দিব পৰা লোক

a fluent speaker

বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

কথকী · অসমীয়া অভিধান